ইউএইত ‘ইণ্ডিয়া হাউছ’ স্থাপন হ’ব, যোগাক প্ৰতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিয়াৰ পৰিকল্পনা



logo : | Updated On: 04-Nov-2025 @ 11:23 am
SHARE 

আবু ধাবীৰ হিন্দু মন্দিৰ উদ্বোধনৰ প্ৰায় ২০ মাহ পিছত, ইউএইৰ ৰাজধানীত এখন “ইণ্ডিয়া হাউছ” নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে সাংস্কৃতিক সম্পৰ্ক, ছাত্র-আদানপ্ৰদান আৰু যৌথ ঐতিহ্যক আগবঢ়োৱা। চাৰিমিলিয়ন ভাৰতীয় নাগৰিক থকা এই গাল্ফ দেশটোৱে যোগক প্ৰতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিয়াৰো পরিকল্পনা কৰিছে। এই উদ্যোগসমূহ ইণ্ডিয়া–ইউএই কালচাৰেল কাউন্সিলৰ দ্বিতীয় যৌথ স্টীয়াৰিং কমিটি বৈঠকত (অক্টোবৰ ৮–৯) আলোচনা কৰা হয়, য’ত ভাৰতীয় প্ৰতিনিধিদলক আইচিচিআৰৰ মহাপৰিচালক নন্দিনী চিংলা আৰু ইউএইৰ মন্ত্ৰী নুৰা আল কাবিয়ে নেতৃত্ব দিয়িছিল। দুয়ো দেশেই কলা, শিক্ষা, পৰ্যটন আৰু আৰ্কাইভ ক্ষেত্ৰত সহযোগিতাৰ নতুন সম্ভাৱনা অনুসন্ধান কৰি সাংস্কৃতিক আৰু কৌশলগত সম্পৰ্ক অধিক গভীৰ কৰিবলৈ একমত হয়।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top
© AssamInk, 2021 | Powered by Prism Infosys